Type Here to Get Search Results !

॥অনুভৱৰ এটা স্তৱক ॥

1
   ॥অনুভৱৰ এটা স্তৱক ॥
                 ✍.ৰঞ্জুমণি মহন্ত

মোৰ সমগ্র মৌনতা জুৰি
ভাৱনাৰ কোলাহল ।
অনুভৱত
স্বপ্নৰ ভগ্নাৱশেষ ,
বিষন্ন হৃদয়ত
ৰাতিৰ বাঁহীৰ সুৰ ।
------------------------

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.