Type Here to Get Search Results !

॥ দুঃসময় ॥

0
॥ দুঃসময় ॥         ✍ ৰঞ্জুমণি মহন্ত ।

দোভাগ ৰাতি নিজান ঘাটত
বাঁহী নবজাবা কানাই
মাতাল হৈ পৰিব  যমুনাপাৰ ।
তোমাৰ প্ৰৰোচিত বাঁহীৰ সুৰত
কঁপি উঠিব ৰাধাৰ মন ।
জানাই দেখোন
বিষাক্ত সময়,
সহজ নহয় নাৰীৰ জীৱন ।


Post a Comment

0 Comments