Type Here to Get Search Results !

॥ অনুভৱৰ দুটা স্তৱক ॥

0
॥ অনুভৱৰ দুটা স্তৱক ॥


        (১)


ৰাতিৰ মৌনতাত
শূন্যতাৰ কোলহল ।
অনুভৱৰ দলিচাত
স্বপ্নৰ অবাধ বিচৰন ।


         (২)

বিচ্ছুৰিত জোনাকত
নৈসৰ্গৰ নিৰৱ অৱগাহন
নিৰ্জনতাৰ বাঙ্ময়তাত
অনুভৱৰ স্বপ্নীল অনুৰণন ।

Post a Comment

0 Comments